AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

১ এপ্ৰিলৰ পৰা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ…. প্ৰচাৰৰ বাবে অসমলৈ আহিব বহু হেভিৱেট নেতা…..

১ এপ্ৰিলৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ

প্ৰচাৰৰ বাবে অসমলৈ আহিব বহু হেভিৱেট নেতা

পুনৰ অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

৬ এপ্ৰিলত গুৱাহাটীলৈ আহিব অমিত শ্বাহ

ডিব্ৰুগড়ত ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদীও

ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও অসমত চলাব প্ৰচাৰ

 

 

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.