AssamCity newsnationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লী উচ্চ ন্যায়ালয়ত কেজৰিৱালৰ আৱেদনৰ শুনানি সম্পন্ন, বিয়লি ৪.৩০ বজাত দিল্লী উচ্চ ন্যায়ালয়ে দিব পাৰে ৰায়দান

দিল্লী উচ্চ ন্যায়ালয়ত কেজৰিৱালৰ আৱেদনৰ শুনানি সম্পন্ন

বিয়লি ৪.৩০ বজাত দিল্লী উচ্চ ন্যায়ালয়ে দিব পাৰে ৰায়দান

EDৰ গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনাইছিল কেজৰিৱালে

ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ আদালতত শুনানি

কেজৰিৱালৰ হৈ অধিবক্তা অভিষেক মনু সিংভিৰ আবেদন

ৰাউজ এভিনিউ আদালতৰ ৰায়ৰ বিৰুদ্ধে আবেদন

কাইলৈ অন্ত পৰিব কেজৰিৱালৰ EDৰ জিম্মাৰ ম্যাদ

EDৰ পাছত CBIএ বিচাৰিব পাৰে কেজৰিৱালৰ জিম্মা

২১ মাৰ্চত EDয়ে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কেজৰিৱালক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 6 =

Back to top button