AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

চচলত বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ ধৰ্মঘট, চতুৰ্থ বৰ্গৰ পদ নিয়মীয়াকৰণৰ দাবীত ধৰ্মঘট…..

চচলত বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ ধৰ্মঘট

চতুৰ্থ বৰ্গৰ পদ নিয়মীয়াকৰণৰ দাবীত ধৰ্মঘট

সৰ্বমুঠ ১,৫৩৯ জন  কৰ্মচাৰীৰ পদ নিয়মীয়াকৰণৰ দাবী

সদৌ অসম নতুনকৈ পদ প্রাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ চতুর্থ বর্গ কর্মচাৰী সন্থাৰ উদ্যোগত চচলত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন। উচ্চ প্রাথমিক বিদ্যালয়ৰ মুঠ ১৫৩৯ জন চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ পদসমূহ নিয়মীয়াকৰণ কৰা, কৰ্মচাৰী সকলক নিযুক্তিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ অসম চৰকাৰৰ পূৰ্ণ পৰ্য্যয়ৰ চৰকাৰী কৰ্মচাৰী হিচাপে অন্তর্ভূক্ত কৰা, উচ্চ প্রাথমিক বিদ্যালয়ৰ চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি স্নাতক মহাবিদ্যালয়কে ধৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈকে অনা শিক্ষক কৰ্মচাৰীখিনিৰ অৱসৰপ্ৰাপ্ত আৰু মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলক দহ লাখ টকাৰ গ্রেচুইটি দিয়া আদিৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.