Social

জীয়েক ভামিকাৰ সৈতে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলীয়ে!

১১ জানুৱাৰী ২০২৩ তাৰিখে ভামিকাৰ জন্মদিন উদযাপন কৰে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই।

২ বছৰীয়া হ’ল বিৰাট- অনুষ্কাৰ জীয়ৰী ভামিকা। ১১ জানুৱাৰী ২০২৩ তাৰিখে ভামিকাৰ জন্মদিন উদযাপন কৰে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই। জন্মদিনত কটোৱা কিছুমান মধুৰ স্মৃতি বিৰাটে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ভামিকাৰ জন্মদিনত অনুৰাগীসকলে সুন্দৰ সুন্দৰ শুভেচ্ছা আৰু আৰ্শীবাদেৰে ওপচাই পেলাইছে। পিতৃ বিৰাট আৰু মাতৃ অনুষ্কাইয়ো মৰমৰ ৰাজকুমাৰীক শুভেচ্ছা জনাইছে।
বিৰাটে ভামিকাৰ সৈতে এখন মৰম লগা ফটো শ্বেয়াৰ কৰি লিখিছে ‘My heartbeat is 2 ❤️’

Kohlis sweet birthday wish for Vamika

 

 

 

আৰু মাতৃ অনুষ্কাইয়ো ভামিকাৰ সৈতে এখন মৰম লগা ফটো শ্বেয়াৰ কৰি লিখিছে’ Two years ago my heart grew wide open ❤️ 🙏🧿’

Anushka Sharma shares cute photo with daughter Vamika on second birthday |  Bollywood - Hindustan Times

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 12 =

Back to top button