Social

কাৰাগাৰৰ বন্ধ কোঠৰীৰ পৰাই ভাগ্য সলনি হ’ল এজন কয়দীৰ।

শেহতীয়াকৈ ভাইৰেল হৈছে কানহাইয়া নামৰ এটা কয়দীৰ ভিডিঅ'। পৱন সিঙৰ গান গাই ভাইৰেল হৈ পৰিল ব্যক্তিজন।

কাৰাগাৰৰ বন্ধ কোঠৰীৰ পৰাই ভাগ্য সলনি হ’ল এজন কয়দীৰ। কয়দীৰ কণ্ঠই সলনি কৰিলে ভাগ্য। শাস্তিৰ পৰিৱৰ্তে পুৰষ্কাৰ পালে কানহাইয়াই। শেহতীয়াকৈ ভাইৰেল হৈছে কানহাইয়া নামৰ এটা কয়দীৰ ভিডিঅ’। য’ত কাৰাগাৰৰ ভিতৰত গান গাই আছিল কানহাইয়াই।

পৱন সিঙৰ গান গাই ভাইৰেল হৈ পৰিল ব্যক্তিজন। তেওঁৰ কণ্ঠই সলনি কৰি দিলে তেওঁৰ ভাগ্য। সুৰাপান কৰি জেলত সোমাইছিল ব্যক্তিজন। কনহায়াৰ কন্ঠ শুনি মন্ত্ৰমুগ্ধ হৈছিল জেল আৰক্ষী।

বৰ্তমান সময়ত সেই ভিডিঅ’টো ইমানেই ভাইৰেল হৈ পৰিছে যে কয়দীজনে উত্তৰ প্ৰদেশৰ এটা জনপ্ৰিয় ষ্টুডিঅ’ত গান গোৱাৰ সুযোগ লাভ কৰিছে। ভোজপুৰী গান গাই শাস্তিৰ পৰিৱৰ্তে পুৰষ্কাৰ পালে কানহাইয়াই। গায়ক অংকিত তিৱাৰীয়ে ব্যক্তিজনক লৈ টুইট কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.