Assamleatest updatenationalদৈনিক বাতৰিবিশ্বভাৰত

ভূ-খণ্ডত খুন্দা মাৰিলে ঘূৰ্ণি বতাহ মিছৌঙে, অনাগত ৩ ঘণ্টা ধৰি অব্যাহত থাকিব প্ৰৱল ধুমুহা

ভূ-খণ্ডত খুন্দা মাৰিলে ঘূৰ্ণি বতাহ মিছৌঙে, অনাগত ৩ ঘণ্টা ধৰি অব্যাহত থাকিব প্ৰৱল ধুমুহা

ভূ-খণ্ডত খুন্দা মাৰিলে ঘূৰ্ণি বতাহ মিছৌঙে

অনাগত ৩ ঘণ্টা ধৰি অব্যাহত থাকিব প্ৰৱল ধুমুহা

ঘণ্টাত ১০৯-১১০ কি.মি বেগত বলিব ধুমুহা

দক্ষিণ অন্ধ্ৰপ্ৰদেশৰ উপকুলত খুন্দিয়ালেহি ঘূৰ্ণিজাকে

দক্ষিণৰ পৰা উত্তৰ দিশে গৈ আছে বতাহজাক

যাত্ৰাপথত সৃষ্টি কৰিছে বিভীষিকাৰ

বংগোপসাগৰৰ পশ্চিম-মধ্য খণ্ডত সৃষ্টি এই ঘূৰ্ণিজাকৰ

ঘূৰ্ণিৰ ফলত তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰীত মুষলধাৰ বৰষুণ

জলমগ্ন চেন্নাইকে ধৰি বহুকেইখন গাঁও, চহৰ-নগৰ

এইপৰ্যন্ত মৃত্যু ৮জন লোকৰ

মিছৌঙক লৈ ৰেড এলাৰ্ট অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, তেলেংগানাত

অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ওড়িশাত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + twelve =

Back to top button