অসমঅসম আৰক্ষীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

নিশাৰ ৰাজপথত মাতাল আৰক্ষীৰ উন্মাদ বিহু

সুৰাৰ ৰাগীত মাতাল এগৰাকী আৰক্ষী। মংগল পাণ্ডেৰ কাণ্ডই লাজত পেলাইছে অসম আৰক্ষীক।

সুৰাৰ ৰাগীত মাতাল এগৰাকী আৰক্ষী !

নিশাৰ ৰাজপথত মাতাল আৰক্ষীৰ উন্মাদ বিহু।

টোপনিয়েই চাব নে এক্সনেই চাব?

১০৮ত উঠাৰ দৃশ্যই চকু কপালত তুলিব আপোনাৰ।

মংগল পাণ্ডেৰ কাণ্ডই লাজত পেলাইছে অসম আৰক্ষীক।

ধিং থানাৰ আৰক্ষী জোৱান মংগল পাণ্ডে।

ধিং হাস্পতালৰ ১০৮ত তুলি নিলে জোৱানজনক।

চাৰৰ এই কৰ্মকাণ্ডই ৰাইজৰ মাজত তুলিলে কৌতুহল।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.