Assamassam policeCity newsঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

লাহৰীঘাটত আটক দুই বাংলাদেশী, জেহাদীৰ সন্দেহত আটক দুই বাংলাদেশী…..

লাহৰীঘাটত আটক দুই বাংলাদেশী

জেহাদীৰ সন্দেহত আটক দুই বাংলাদেশী

দক্ষিণ চেনীমাৰীত আৰক্ষীৰ অভিযান

আটক ইছলাম মণ্ডল আৰু এটি কিশোৰ

দক্ষিণ চেনীমাৰী গাঁৱত বাহৰ পাতিছিল দুয়ো

দুয়োৰে ঘৰ বাংলাদেশৰ মৈমনসিং জিলাত

ভিছা, পাছপোৰ্ট লৈ প্ৰৱেশ কৰিছিল ভাৰতত

লাহৰীঘাট সমষ্টিৰ ভোটৰ তালিকাত নাম ইছলাম মণ্ডলৰ

নুৰ ইছলাম নামেৰে সোমাইছিল ভোটাৰ তালিকাত নাম

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.