AssamCity newsEntertainmentFilmSocialঅসম

গুৱাহাটীত উপস্থিত বলিউডৰ অভিনেতা

বিমানবন্দৰত ভিৰ কৰে অনুৰাগীৰ

গুৱাহাটীত উপস্থিত বলিউডৰ অভিনেতা তথা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ স্বত্তাধিকাৰী জন আব্ৰাহাম। আজি বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হয় অভিনেতা গৰাকী।

অভিনেতা গৰাকীক ওচৰৰ পৰা চাবলৈ বিমানবন্দৰত ভিৰ কৰে অনুৰাগী।ইয়াৰ লগতে জন আব্ৰাহামৰ লগত উপস্থিত থাকে অভিনেতা গোবিন্দা।

সৰ্ব ভাৰতীৰ ফুটবল এছচিয়েচনে পৰিচালনা কৰা অসমৰ কোকৰাঝাৰৰ পৰা আৰম্ভ হোৱা দুৰন্ত কাপ ফুট বল খেলত আজি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল টিমৰ খেল মালয়েছিয়া আৰ্মেদ ফৰছেছৰ মাজত মেঘালয়ত অনুষ্ঠিত হ’ব।যাৰ বাবে বৰঝাৰ বিমানবন্দৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় জন আব্ৰাহাম

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.