দুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ভয়ংকৰ দুৰ্ঘটনা! থিতাতে নিহত ১০ জন, আহত ৫০ জন

ইৰাণৰ সংবাদ সংস্থাই জনোৱা অনুসৰি, বুধবাৰে পুৱা পূব ইৰাণত এখন যাত্ৰীবাহী ৰেল চিৰিৰ পৰা বাগৰি পৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ১০জন যাত্ৰী নিহত হোৱাৰ লগতে ৫০জন আহত হোৱা বুলি জানিব পৰা গৈছে

পূব ইৰাণত ভয়ংকৰ দুৰ্ঘটনা। প্ৰায় ১০ জন যাত্ৰী নিহত হোৱাৰ লগতে আহত ৫০ জন।

ইৰাণৰ সংবাদ সংস্থাই জনোৱা অনুসৰি, বুধবাৰে পুৱা পূব ইৰাণত এখন যাত্ৰীবাহী ৰেল চিৰিৰ পৰা বাগৰি পৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ১০জন যাত্ৰী নিহত হোৱাৰ লগতে ৫০জন আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ১৫ জনৰ অৱস্থা সংকটজনক।

ৰেল ট্ৰেকত থকা এক্সকেভেটৰত খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ৰেলখনৰ চাৰিচা ডবা চিৰিৰ পৰা বাগৰি পৰে।

দুৰ্ঘটনাটোৰ পিছতে ততাতয়াকৈ ঘটনাস্থলীলৈ হেলিকপ্টাৰ আৰু এম্বুলেন্স প্ৰেৰণ কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.