জীৱনশৈলীদৈনিক বাতৰিভাৰত

বেশ্যা বৃত্তিক বৈধ স্বীকৃতি সৰ্বোচ্চ ন্যায়ালয়ৰ

বেশ্যা বৃত্তিত জড়িত কামত হস্তক্ষেপ নকৰিবলৈ পৰামৰ্শ ন্যায়ালয়ৰ

◼️বেশ্যা বৃত্তিক আন বৃত্তিৰ দৰে স্বীকৃতি সৰ্বোচ্চ ন্যায়ালয়ৰ

◼️বেশ্যা বৃত্তিত জড়িত কামত হস্তক্ষেপ নকৰিবলৈ পৰামৰ্শ ন্যায়ালয়ৰ

◼️সহমতত বেশ্যা বৃত্তিৰে জড়িতৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা নল’বলৈও পৰামৰ্শ

◼️ক’ৰোনা কালত সন্মুখীন হোৱা পৰিস্থিতি সন্দৰ্ভত চলিছিল শুনানি

◼️ন্যায়াধীশ এলনাগেশ্বৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠৰ শুনানি

◼️বেশ্যা বৃত্তিত জড়িতৰ অধিকাৰ সুৰক্ষিত কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

◼️বেশ্যালয় চলোৱাটো অবৈধ বুলি গুৰুত্বপূৰ্ণ মন্তব্য বিচাৰপীঠৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.