AssamCity newsCrimeঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

চামগুৰিৰ লাওখোৱাত বন্যহস্তী আক্ৰমণত মৃত্যু এজনৰ, ঘৰৰ পৰা পথাৰলৈ যাওঁতে হাতীৰ আক্ৰমণত মৃত্যু যতীন্দ্ৰ মণ্ডল

ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত

চামগুৰিৰ লাওখোৱাত বন্যহস্তীৰ সন্ত্ৰাস

হাতীৰ আক্ৰমণত মৃত্যু এজনৰ

টুবুকী জাৰণিত এই শোকাৱহ ঘটনা

মৃত্যু যতীন্দ্ৰ মণ্ডল নামৰ এজন লোকৰ

ঘৰৰ পৰা পথাৰলৈ যাওঁতে হাতীৰ আক্ৰমণ

বন বিভাগে উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ

ঘটনাস্থলীত লাওঁখোৱা বন বিভাগৰ লোকৰ লগতে আমবাগান আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। হাতী মানুহকৰ সংঘাত দূৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.