AssamCity newsCMO Assamnationalnorth eastRegionalঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিবতৰভাৰতৰাজনৈতিক

ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ, বানৰ কৱলত ১৯ জিলাৰ ৬ লক্ষাধিক লোক……

ৰাজ্যত দ্বিতীয়টো বানৰ সংহাৰী ৰূপ

বানৰ কৱলত ১৯ জিলাৰ ৬ লক্ষাধিক লোক

৬৪ ৰাজহ চক্ৰ, ১,২৭৫ খনকৈ গাঁও বানৰ কৱলত

ক্ষতিগ্ৰস্ত ২৬,১৯৯.১৮ হেক্টৰ কৃষিভূমি

ক্ষতিগ্ৰস্ত ৪ লক্ষাধিক পশুধন

উজনি-নামনি সৰ্বত্ৰে প্ৰলয়ংকাৰী বান

নেৰানেপেৰা বৰষুণত বৃদ্ধি নৈ-উপনৈৰ জলপৃষ্ঠ

বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ

ডিব্ৰুগড়, নিমাতীঘাট, ধনশিৰিমুখত বিপদসীমা অতিক্ৰম

নুমলীগড়তো বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ঠায়ে ঠায়ে বাঢ়নী পানীয়ে ভাঙিলে মথাউৰি

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.