অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাইলৈৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন

কাইলৈৰ পৰা সংসদৰ বিশেষ অধিৱেশন

৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই বিশেষ অধিৱেশন

প্ৰথম দিনৰ অধিৱেশন অনুষ্ঠিত হ’ব পুৰণি সংসদ ভৱনত

ৰাজ্যসভাত ৭৫ বছৰীয়া সংসদীয় যাত্ৰাৰ ওপৰত হ’ব আলোকপাত

দ্বিতীয় দিনাৰ পৰা নতুন ভৱনত অনুষ্ঠিত হ’ব অধিৱেশন

বিশেষ অধিৱেশনত দাখিল হ’ব ৪খনকৈ বিধেয়ক

ৰাজ্যসভাত দাখিল হ’ব ‘প’ষ্ট অফিচ বিধেয়ক-২০২৩’

নিৰ্বাচনী আয়ুক্তৰ নিযুক্তি সন্দৰ্ভতো দাখিল হ’ব বিধেয়ক

লোকসভাত দাখিল হ’ব এডভোকেটছ এমেণ্ডমেণ্ট বিধেয়ক

দাখিল হ’ব প্ৰেছ আৰু ৰেজিষ্ট্ৰেচন অৱ পিৰিয়ডিকেলচ বিধেয়ক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.