Covid-19ভাৰতমহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰত ১৫ জুনলৈ বৃদ্ধি ক’ভিডৰ নিষেধাজ্ঞা

কৰ’ণাক লৈ এতিয়াও সমগ্ৰ দেশ সংকিত হৈ আছে। ক’ৰণা কেন্দ্ৰীক পৰিস্থিতি লৈ লক্ষ্য কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে দেওবাৰে ৰাজ্যখনত ক’ভিড-১৯ ৰ নিষেধাজ্ঞা ১৫ জুনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।

আনহাতে, মহাৰাষ্ট্ৰত সকলো অত্যাৱশ্যকীয় দোকান এতিয়াৰে পৰা পুৱা 7 বজাৰ পৰা দুপৰীয়া 2 বজালৈ চলাবলৈ অনুমতি দিয়া হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button