অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
আজিৰে পৰা বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী, মহানগৰীৰ পাণ্ডুৰ FRUত কাৰ্যসূচীৰ শুভ উদ্বোধন
![আজিৰে পৰা বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী, মহানগৰীৰ পাণ্ডুৰ FRUত কাৰ্যসূচীৰ শুভ উদ্বোধন আজিৰে পৰা বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী, মহানগৰীৰ পাণ্ডুৰ FRUত কাৰ্যসূচীৰ শুভ উদ্বোধন](https://prathamkhabartv.com/wp-content/uploads/2023/07/mrigen-sarania-1-780x470.jpg)
আজিৰে পৰা বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ কাৰ্যসূচী
৯ আগষ্টলৈকে মাহজোৰা এই কাৰ্যসূচী ৰাজ্য চৰকাৰৰ
ৰাজ্যজুৰি গ্ৰহণী ৰোগৰ প্ৰতিৰোধৰ শুভ উদ্বোধন
মহানগৰীৰ পাণ্ডুৰ FRUত কাৰ্যসূচীৰ শুভ উদ্বোধন
উদ্বোধন কৰে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই
অংশগ্ৰহণ কেইবাগৰাকীও বিশিষ্ট চিকিৎসকৰ
অনুষ্ঠানত ডায়েৰীয়া ৰোগ প্ৰতিৰোধ সন্দৰ্ভত আলোচনা