অসমআঞ্চলিক

অঘটন! চলন্ত বিমানতেই হঠাৎ প্ৰাণ গ’ল এজন লোকৰ

চেন্নাইৰ পৰা গুৱাহাটী অভিমুখী আছিল বিমানখন। ইণ্ডিগ’ বিমানত সংঘটিত হৈছে এই ঘটনা

অঘটন! চলন্ত বিমানতেই প্ৰাণ গ’ল এজন লোকৰ

চলন্ত বিমানৰ ভিতৰতে এজন লোকৰ মৃত্যু! চেন্নাইৰ পৰা গুৱাহাটী অভিমুখী আছিল বিমানখন। ইণ্ডিগ’ বিমানত সংঘটিত হৈছে এই ঘটনা। ৬০০৬ নম্বৰৰ আছিল ইণ্ডিগ’ বিমানখন।

মৃত লোকজন বঙাইগাঁৱৰ হাইদৰ আলী। দেওবাৰে সন্ধিয়া ৭.২০ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰে বিমানখন। বিমানৰ ভিতৰত যাত্রীৰ মৃত্যুৰ খবৰ গাপ দিয়াৰ চেষ্টা ইণ্ডিগ’ বিমান কৰ্তৃপক্ষৰ। ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত সৃষ্টি হৈছে চাঞ্চল্যৰ।

বিমানৰ পৰা অবতৰণৰ পিছত হাস্পতাললৈ নিয়াৰ পথত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button