অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

পুনৰ স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰৰ লগতে লেপটপ আৰু মূল্যবান সামগ্ৰী

মহানগৰীত পুনৰ চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা।

পুনৰ স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই লুটি নিলে মূল্যবান সা সামগ্ৰী।

নুনমাটি থানৰ অন্তৰ্গত মেগজিনৰ শংকৰ নগৰ পথৰ বাসিন্দা প্ৰবীণ লাহনৰ গৃহ নং ৭১ ত সংঘটিত হৈছে চুৰি কাণ্ড।

বাসগৃহটোৰ পৰা চোৰে লুটি নিয়ে কেইবা লক্ষাধিক টকাৰ সোণৰ আ অলংকাৰৰ লগতে লেপটপ আৰু মূল্যবান সামগ্ৰী।

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুতপাত।

ঘটনা সন্দৰ্ভত ভুক্ত ভোগী পৰিয়ালে নুনমাটি আৰক্ষী থানাত দাখিল এজাহাৰ।

ইতিমধ্যে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.