অসমদৈনিক বাতৰি

শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন

শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন

শিলচৰ-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয় সোনাপুৰত পুনৰ ভূমিস্খলন৷ সোনাপুৰ টানেলৰ সম্মুখত পুৱা পুনৰ সংঘটিত হয় ভূমিস্খলনৰ ঘটনা৷ ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে শ শ যান–বাহন৷ পাহাৰৰ পৰা খহি অহা প্ৰকাণ্ড প্ৰকাণ্ড শিল, মাটিয়ে পুতি পেলাইছে সমগ্ৰ পথ৷। নেৰানেপেৰা বৰষুণৰ বাবে বুধবাৰেও একেটা স্থানতে সংঘটিত হৈছিল ভূমিস্খলন৷ যুদ্ধকালীন প্ৰস্তুতিৰে মেঘালয় প্ৰশাসনে মুকলি কৰিছিল পথছোৱা৷।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button