অসমদৈনিক বাতৰি

কাছাৰৰ কাটিগড়াত আৰক্ষীৰ অভিযান, ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ ৬টাকৈ দুৰ্ধৰ্ষ ডকাইত

কাছাৰৰ কাটিগড়াত আৰক্ষীৰ অভিযান, ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ ৬টাকৈ দুৰ্ধৰ্ষ ডকাইত

কাছাৰৰ কাটিগড়াত আৰক্ষীৰ অভিযান

ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ ৬টাকৈ দুৰ্ধৰ্ষ ডকাইত

দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত সন্ত্ৰাস চলাইছিল ডকাইতৰ দলটোৱে

আৰক্ষীৰ জালত শ্বৰিফ উদ্দিন, আৰিফুল ইছলাম, আব্দুল হান্নান

ছাৰিমুল ইছলাম, আলিমুৰ উদ্দিন, শ্ৰীম উদ্দিন

উল্লেখ্য যে নিশা ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল ডকাইতৰ দলটোৱে। প্ৰতিখন ট্ৰাকৰ পৰা লুটিছিল ধন। নগদ ধন নাপালে QR কোডৰ জৰিয়তে ধন লুটিছিল ডকাইতৰ দলটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.