অসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিক্ষা
দৰিদ্ৰতাক নেউচি উজ্বলিল ধমধমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী এচামিন বেগম
![দৰিদ্ৰতাক নেউচি উজ্বলিল ধমধমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী এচামিন বেগম দৰিদ্ৰতাক নেউচি উজ্বলিল ধমধমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী এচামিন বেগম](https://prathamkhabartv.com/wp-content/uploads/2023/05/dhamdhama-poor-girl-result-thumb-780x470.jpg)
ধমধমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী এচামিন বেগমে দৰিদ্ৰতাক নেউচি উজ্বলিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।
৭৫ শতাংশ নম্বৰ লাভ কৰি ধমধমালৈ গৌৰৱ কঢ়িয়াই আনিলে ছাত্ৰীগৰাকীয়ে ৷
এচামিন বেগমে তিনিটা বিষয় লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগ উৰ্ত্তীৰ্ণ হয় ৷
এচামিন বেগমে বিজ্ঞান বিষয় পঢ়ি ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে এচামিন বেগমে ৷