অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰহাৰ উৰণীয়া সেতুৰ নিৰ্মাণত বিসংগতিৰ গুৰুতৰ অভিযোগ, নীতি-নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱাই চলিছে সেতু নিৰ্মাণৰ কাম….

ৰহাৰ উৰণীয়া সেতুৰ নিৰ্মাণত বিসংগতিৰ গুৰুতৰ অভিযোগ

নীতি-নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱাই চলিছে সেতু নিৰ্মাণৰ কাম

DBL নামৰ নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

সেতু নিৰ্মাণৰ নামত সৃষ্টি কৰিছে মৰণফান্দৰ

নিৰ্মাণস্থলীত নাই কোনো বেৰিকেড, নাই সংকেত চিহ্ন

স্পিড লিমিট নোহোৱাৰ বাবে দ্ৰুতগতিত চলে যান-বাহন

১০০ কি.মি. প্ৰতিঘণ্টা বেগতো চলে গাড়ী-মটৰ

স্থানীয় ৰাইজৰ অভিযোগক গুৰুত্ব নিদিয়ে নিৰ্মাণ সংস্থা-প্ৰশাসনে

ভয়ানক বিপদৰ আশংকাই খেদি ফুৰিছে ৰহাৰ নতুন চাৰিআলিবাসীক

 

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.