অসমৰাজনৈতিক

সংসদত গৃহীত হ’ল নিৰ্বাচন আইন সংশোধনী বিধেয়ক

ভুৱা ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱাত এই আইনে সহায় কৰিব। ইয়াৰ লগে লগে ১৮ বছৰৰ ওপৰৰ সকলোৱে ভোটাৰ ৰূপে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব।

সংসদত গৃহীত হ’ল নিৰ্বাচন আইন সংশোধনী বিধেয়ক। ভুৱা ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱাত এই আইনে সহায় কৰিব। ইয়াৰ লগে লগে ১৮ বছৰৰ ওপৰৰ সকলোৱে ভোটাৰ ৰূপে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰি এই বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত একেজন ভোটাৰৰ নাম কেইবাখনো ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাতো ৰোধ কৰিব পৰা যাব।

মঙলবাৰে সংসদত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় ন্যায় আৰু আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে। এই সংশোধনী আইনে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক ত্ৰুটিমুক্ত কৰিবলৈ সক্ষম হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.