অসমভাৰতৰাজনৈতিক

নেচনেল হেৰল্ড গোচৰত ৰাহুল গান্ধীক জেৰা অব্যাহত

ৰাহুল গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

◾নেচনেল হেৰল্ড গোচৰত ৰাহুল গান্ধীক জেৰা অব্যাহত

◾বিগত দুদিন ধৰি ৰাহুল গান্ধীক জেৰা EDৰ

◾সোমবাৰ, মঙলবাৰৰ দিনটোত ১৭ ঘণ্টা জেৰা EDৰ

◾ৰাহুল গান্ধীক EDৰ জেৰাৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

◾ৰাজধানী দিল্লীত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

◾প্ৰতিবাদকাৰী কংগ্ৰেছী নেতা-কৰ্মীক আটক আৰক্ষীৰ

◾কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংসদৰ তীব্ৰ প্ৰতিবাদ

◾বুধবাৰে পুনৰ ৰাহুল গান্ধীক জেৰা EDৰ

◾EDৰ বিৰুদ্ধে খৰ্গহস্ত কংগ্ৰেছীৰ প্ৰতিবাদ অব্যাহত

◾প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছ কাৰ্যালয় এলেকাত জাৰি ১৪৪ ধাৰা

◾দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীৰ প্ৰতিবাদ অব্যাহত

◾২০০০ কোটিৰ নেচনেল হেৰল্ড-সম্পত্তিৰ গোচৰত EDৰ তদন্ত

◾নেচনেল হেৰল্ড বিত্তীয় খেলিমেলিৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ

◾২০১২ চনত গোচৰ ৰুজু কৰিছিল সুব্ৰমণিয়ম স্বামীয়ে

◾সংসদ ভৱনত কংগ্ৰেছী সাংসদসকলৰ অৱস্থান ধৰ্মঘট

◾সাংসদ দ্বীপেন্দৰ সিংহুদাক গৃহবন্দী দিল্লী আৰক্ষীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Check Also
Close
Back to top button