অসমদুৰ্ঘটনাদৈনিক বাতৰি

বাইক আৰু বলেৰ’ৰ মুখা মুখি সংঘৰ্ষ! জীৱন্তে অগ্নিদগ্ধ এজন

বোকাখাত তভয়ংকৰ পথ দুৰ্ঘটনা

◾বোকাখাত তভয়ংকৰ পথ দুৰ্ঘটনা

◾পালছাৰ বাইক আৰু বলেৰ’ৰ মুখা মুখি সংঘৰ্ষ

◾দুৰ্ঘটনাত বাইকসহ ভস্মীভূত এজন

◾দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী

◾জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু বিজয় বাহাদুৰ ছেত্ৰীৰ

◾নিহত ডিমাপুৰ ডিফু পাৰ বিৰ বিজয়লামা

◾অৰুণাচলৰ পৰা নগাঁও অভিমুখী আছিল বলেৰ’খন

◾দুৰ্ঘটনাগ্ৰস্ত পালছাৰখনৰ নম্বৰ AS-12AA-5593

◾বলেৰ’খনৰ নম্বৰ AS-06BC-5429

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.