দৈনিক বাতৰিধৰ্মীয়ধাৰ্মিকভাৰত

অৱশেষত দুটা বছৰৰ অন্তত মুকলি হ’ব কেদাৰনাথ ধামৰ দুৱাৰ!

শুকুৰবাৰে পুৱা মুকলি হ’ব কেদাৰনাথ ধামৰ দুৱাৰ

◾অৱশেষত বহু প্রত্যাশিত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি

◾শুকুৰবাৰে পুৱা মুকলি হ’ব কেদাৰনাথ ধামৰ দুৱাৰ

◾ক’ভিড পৰিস্থিতিৰ বাবে দুবছৰে বন্ধ আছিল দৰ্শন

◾শ্রদ্ধা, আস্থা আৰু ধৰ্মীয় সংস্কৃতিৰ আধাৰ কেদাৰনাথ ধাম

◾কেদাৰনাথ ধাম দৰ্শনৰ বাবে অপেক্ষাৰত লক্ষাধিক ভক্ত

◾ইতিমধ্যে সহস্রাধিক ভক্ত উপস্থিত হৈছে দেৱভূমিত

◾উত্তৰাখণ্ডত গৌৰিকুণ্ডৰ পৰা কেদাৰনাথ ধামলৈ বৈছে ভক্তৰ সোঁত

◾কেদাৰনাথ ধাম এলেকাত থকা ঠাইৰ অভাৱত ভুগিছে ভক্ত

◾নিশাৰ জিৰণিৰ বাবে সহস্রাধিক ভক্তই পোৱা নাই টেণ্ট, হোটেল

◾প্রচণ্ড শীতত ঈশ্বৰৰ নাম-কীৰ্তনেৰে নিশা কটাইছে ভক্তই

◾অপৰিকল্পিতভাৱে যোৱা দৰ্শনাৰ্থীয়ে ভুগিছে কষ্ট

◾যাত্রীৰ ভিৰ নিয়ন্ত্রণৰ বাবে স্থানীয় প্রশাসনে গ্রহণ কৰিছে কঠোৰ ব্যৱস্থা

◾পেট্র’ল, ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে বৃদ্ধি পাইছে গাড়ীৰ ভাড়া

◾হৰিদ্বাৰৰ পৰা কেদাৰনাথ যাত্রাৰ বাবে ভৰিবলগীয়া হৈছে অধিক ভাড়া

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + five =

Back to top button