Assamnationalঅসমদৈনিক বাতৰিভাৰত

ভাৰত চৰকাৰে বলবৎ কৰিব জনসংখ্যা নিয়ন্ত্ৰণ আইন! আইনৰ সমৰ্থনত এক স্বাক্ষৰ অভিযান চলাইছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমে

ভাৰত চৰকাৰে বলবৎ কৰিব জনসংখ্যা নিয়ন্ত্ৰণ আইন! আইনৰ সমৰ্থনত এক স্বাক্ষৰ অভিযান চলাইছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমে

ভাৰত চৰকাৰে বলবৎ কৰিব জনসংখ্যা নিয়ন্ত্ৰণ আইন! এই আইনৰ সমৰ্থনত এক স্বাক্ষৰ অভিযান চলাইছে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমে। ইতিমধ্যে বিভিন্ন শিক্ষানুষ্ঠান, মঠ-মন্দিৰ তথা ব্যক্তি বিশেষৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰিছে জনসংখ্যা সমাধান ফাউণ্ডেছনে।

বুধবাৰে জনসংখ্যা সমাধান ফাউণ্ডেছন অসমৰ সংৰক্ষক তীৰ্থাংকৰ দাস কলিতাৰ নিৰ্দেশমৰ্মে ৰাজ্যিক প্ৰভাৰী, ৰাজ্যিক অধ্যক্ষ আৰু মহিলা শক্তিৰ ৰাজ্যিক অধ্যক্ষা তথা ৰাজ্যিক সমিতিৰ কাৰ্য্যকৰ্তা সকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় । এই সভাত গণস্বাক্ষৰ কাৰ্যসূচী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

সভাত সিদ্ধান্ত গ্ৰহণ কৰি ফাউণ্ডেশ্যনৰ সকলো কাৰ্য্যকৰ্তাকেই গণস্বাক্ষৰ সংগ্ৰহ অভিযান অধিক তীব্ৰতৰ কৰিবলৈ আহ্বান জনোৱা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.