অসমআঞ্চলিকদৈনিক বাতৰি

অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদত উত্তাল খোৱাং, এণ্ড্ৰিউ য়ুল কোম্পানীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদত উত্তাল খোৱাং

অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদত উত্তাল খোৱাং

এণ্ড্ৰিউ য়ুল কোম্পানীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰে প্ৰতিবাদ

কোম্পনীটোৰ বিৰুদ্ধে চাহ শ্ৰমিকক প্ৰৱঞ্চনাৰ অভিযোগ

উল্লেখ্য যে অসম চাহ মজদুৰ সংঘৰ পাঁচটা শাখা সমিতি ক্ৰমে গোলাঘাট, তিতাবৰ, ডিব্ৰুগড়, নাহৰকটিয়া আৰু মৰাণ শাখাৰ প্ৰতিনিধি আৰু শ্ৰমিকসকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধিনত থকা চাহ বাগিচাৰ মালিক আৰু পৰিচালকসকলৰ অমনোযোগিতা আৰু হেমাহিৰ বাবে শ্ৰমিক-কৰ্মচাৰীসকলে নীতিগতভাৱে সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যেই চৰকাৰৰ শ্ৰম বিভাগ, বাগিছা কৰ্তৃপক্ষ, মালিক পক্ষৰ সৈতে আলোচনাৰ পিছতো আজিপৰ্যন্ত কোনো সুবিধা লাভ নকৰাৰ অভিযোগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.