Assamassam policeCity newsCrimeleatest updateSocialঅপৰাধ

গুৱাহাটীৰ ল’কআপত অভাৱ হৈছে ঠাইৰ! থানা ভৰিছে চাইবাৰ অপৰাধীৰে।

চানমাৰি আৰক্ষীৰ জালত চাইবাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড

গুৱাহাটীৰ ল’কআপত অভাৱ হৈছে ঠাইৰ!
মহানগৰীৰ বিভিন্ন থানা ভৰি পৰিছে চাইবাৰ অপৰাধীৰে
চানমাৰি আৰক্ষীৰ জালত চাইবাৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড
গ্ৰেপ্তাৰ কৰিমগঞ্জৰ দেৱজ্যোতি দে’, পঞ্জাৱৰ ৰজন সিদানা
দিল্লীৰ দিব্যম আৰোৰা গ্ৰেপ্তাৰ চানমাৰি আৰক্ষীৰ
আৰক্ষীৰ জেৰাত দেৱজ্যোতি দে’ৰ বহু বিস্ফোৰক স্বীকাৰোক্তি
বিলাসী জীৱন কটাইছিল দেৱজ্যোতি দে’সহ ৩ অভিযুক্তই
দেৱজ্যোতি দে’ৰ ডুবাইত আছে বিলাসী অট্টালিকা
অতি কম সময়ৰ ভিতৰতে ধনী হৈ পৰিছিল ৩ মাষ্টাৰমাইণ্ড
লেম্বৰগিনিৰ দৰে বিলাসী বাহনো আছে ৩ মাষ্টাৰমাইণ্ডৰ
পূৰ্বে মাৰাত্মক কোকেইনো সেৱন কৰিছিল দেৱজ্যোতি দে’ই
চক্ৰটোৰ টাৰ্গেট আছিল বিদেশী নাগৰিক
বিদেশী মুদ্ৰা ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰ কৰি লাভ কৰিছিল বৃহৎ ধন
হাৱালাৰ জৰিয়তে ৩ অভিযুক্তই ধন ঘটাৰ তথ্য লাভ আৰক্ষীৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.