অপৰাধঅসমঅসম আৰক্ষী

আৰক্ষীৰ জালত পুনৰ ম’বাইল চুৰ!

বৰ্তমানেও ৪১ টা ম'বাইল আৰু দুটা চুৰ কৰায়ত্ব কৰিব পৰ নাই আৰক্ষীয়ে

◾আৰক্ষীৰ জালত পুনৰ ম’বাইল চুৰ

◾১১ এপ্ৰিলৰ নিশা কাহিলীপাৰা জনকপুৰৰ গুম্বী চফটোৱেৰ প্ৰাইভেড লিমিটেডৰ পৰা চুৰি হৈছিল ১২১ টা মোৱাইল ফোন

◾১৯ এপ্ৰিলৰ পৰা ভগদত্তপুৰ আৰক্ষী চকীৰ IC মাইনা দাসৰ নেতৃত্বত চলিছিল ম’বাইল চুৰৰ বিৰুদ্ধে অভিযান

◾ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই জব্দ কৰিছিল ৮০ টা ANDROID MOBILE PHONE…

◾গ্ৰেপ্তাৰ কৰিছিল দুই চোৰ ক্ৰমে বদউদ্দিন আলী, আব্বাছ আলী আৰু এগৰাকী মহিলা চুৰনি জৰিনা বেগম

◾বুধবাৰে নিশা আৰক্ষীয়ে পুনৰ ছয়গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে সমগ্ৰ চুৰি কাণ্ড মাষ্টাৰ মাইণ্ড জব্বাৰ আলী

◾ধৃত মহিলা গৰাকী মাষ্টাৰ মাইণ্ড জব্বাৰৰ পত্নী বুলি জানিব পৰা গৈছে

◾বৰ্তমানেও ৪১ টা ম’বাইল আৰু দুটা চুৰ কৰায়ত্ব কৰিব পৰ নাই আৰক্ষীয়ে

◾অভিযানত সফলতা লাভ কৰাৰ বাবে IC মাইনা দাস আৰু ASI উমেশ উপাধ্যায়ক সম্বৰ্ধনা DCPৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 3 =

Back to top button