Socialআন্তঃৰাষ্ট্ৰীয়

সাজু হৈ উঠিছে বিশ্বৰ ভিতৰত সৰ্বোচ্চ আৰু সৰ্ববৃহৎ ‘Observation Wheel’

'লণ্ডন আই'তকৈ দুগুণ উচ্চতাৰ এই Observation Wheel

মুকলি হ’ব বিশ্বৰ সৰ্বোচ্চ আৰু সৰ্ববৃহৎ Observation Wheel। অক্টোবৰত ডুবাইত মুকলি কৰা হ’ব এই চালে চকুৰোৱা Observation Wheelটো।

উল্লেখ্য যে, এই পৰ্য্যবেক্ষণ চকাটো ‘লণ্ডন আই’ৰ উচ্চতাতকৈও সৰ্বাধিক।

এই Observation Wheelৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ২১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব Observation Wheelটো। ‘লণ্ডন আই’তকৈ দুগুণ উচ্চতাৰ এই হুইলিটোৱে পৰ্যটকক ২৫০ মিটাৰ উচ্চতালৈ লৈ যাব। এই হুইলৰ পৰা পৰ্যটকে ডুবাইৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ সক্ষম হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 15 =

Back to top button