![‘লুৰিণজ্যোতি গগৈ আমাৰ হেডমাষ্টৰ নহয়’: মন্ত্ৰী পৰিমল শুক্লবৈদ্য ‘লুৰিণজ্যোতি গগৈ আমাৰ হেডমাষ্টৰ নহয়’: মন্ত্ৰী পৰিমল শুক্লবৈদ্য](https://prathamkhabartv.com/wp-content/uploads/2023/04/parimal-suklabaidya-780x470.jpg)
‘লুৰিণজ্যোতি গগৈ আমাৰ হেডমাষ্টৰ নহয়’
‘লুৰিণৰ প্ৰশ্নত আমি কিয় উত্তৰ দিম’
‘অসমৰ ৰাইজৰ ওচৰত আমি জবাবদিহি’
‘লুৰিণজ্যোতি গগৈৰ কোনো স্থিতি নাই’
লুৰিণজ্যোতি গগৈক এনেদৰে কটাক্ষ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই
উল্লেখযোগ্য যে ১৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী আগমনকলৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উত্থাপন কৰপন কৰিছিল ১৮টা প্ৰশ্ন। লুৰিণজ্যোতি গগৈৰ এই ১৪ টা প্ৰশ্নক লৈ কটাক্ষ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদই। হাজোত অনুষ্ঠিত হোৱা মা-মনসা পূজাত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।