Assamassam policeCity newsnationalঅসমগুৱাহাটীদৈনিক বাতৰি

পল্টনবজাৰৰ মা কালী হোটেল ছীল, গুৱাহাটী পৌৰ নিগমে ছীল কৰে হোটেলখন

পল্টনবজাৰৰ মা কালী হোটেল ছীল, গুৱাহাটী পৌৰ নিগমে ছীল কৰে হোটেলখন

পল্টনবজাৰৰ মা কালী হোটেল ছীল

গুৱাহাটী পৌৰ নিগমে ছীল কৰে হোটেলখন

সোমবাৰে নিশা খাদ্যত ওলাইছিল জেঠী

শিলচৰৰ এজন লোকৰ খাদ্যৰ থালীত ওলাইছিল জেঠী

ভাতৰ কাঁহিত জেঠী পোৱাক লৈ গোচৰ ৰুজু

ঘটনাক লৈ কঠোৰ মহানগৰ আৰক্ষী

তাৰ পাছতেই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি

গ্ৰাহক-হোটেল কৰ্তৃপক্ষৰ মাজত লাগিছিল বাকবিতণ্ডা

গ্ৰাহকৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল হোটেলৰ কৰ্মচাৰী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.