অসমঅসম আৰক্ষীখেলগুৱাহাটীদৈনিক বাতৰিভাৰত

বৰ্ষাপাৰাৰ বাৰ্মআপ মেচক লৈ ব্যাপক তৎপৰতা, ৪ দিন ধৰি চলিব বিশ্বকাপৰ ৱাৰ্মআপ মেচ

বৰ্ষাপাৰাৰ বাৰ্মআপ মেচক লৈ ব্যাপক তৎপৰতা

৪ দিন ধৰি চলিব বিশ্বকাপৰ ৱাৰ্মআপ মেচ

২৯, ৩০ ছেপ্টেম্বৰ ২, ৩ অক্টোবৰত হ’ব খেল

পুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈ বিশেষ পথ নিৰ্দেশনা

২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলত বাধা

ONE WAY কৰা হ’ব লখৰা ৰোড

1A নং গেটেৰে পাছ থকা সকলেহে সোমাব পাৰিব

মুঠ ষ্টেডিয়ামত আছে ৭খনকৈ গেট

খেলৰ কাৰপাছ থকা বাহন, জৰুৰী সেৱাৰ বাহন চলাচলত অনুমতি

স্কুল বাছো প্ৰতিদিনৰ দৰেই চলাচলত অনুমতি

পাৰ্কিঙৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা প্ৰশাসনৰ

গণেশপাৰা ফিল্ড, চম্পাৱতী ফিল্ড, আমবাৰী ৰিং পথ

দঁতালপাৰা ফিল্ড, লুতুমা ফিল্ড, চাইকেল ফেক্টৰীত পাৰ্কিঙৰ ব্যৱস্থা

খেল আৰম্ভ হোৱাৰ ৩ ঘণ্টাৰ পূৰ্বে খুলি দিয়া হ’ব গেট

মানি বেগ আৰু ম’বাইলৰ বাহিৰে ফিল্ডলৈ নিব নোৱাৰিব কোনো সামগ্ৰী

Outer Gate No. 4ৰ বাহিৰতো কৰা হৈছে পাৰ্কিঙৰ ব্যৱস্থা

খেলৰ দিনা ১১ বজাৰ পূৰ্বে সংগ্ৰহ কৰিব লাগিব পাছ

হাৰ্ড কপি নেহৰু ষ্টেডিয়াম, সৰুসজাইৰ পৰা সংগ্ৰহ কৰিব পাৰিব দৰ্শকে

বৰ্ষাপাৰাত আৰক্ষী-প্ৰশাসনৰ সংবাদমেলত এই তথ্য সদৰী

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.