AssamCity newsnationalpoliticalঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

শিলচৰ লোকসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত এতিয়া লৈকে উপস্থিত হোৱা নাই এজনো ভোটাৰ…..

শিলচৰ লোকসভা সমষ্টিৰ এটা ভোটকেন্দ্ৰত এতিয়া লৈকে উপস্থিত হোৱা নাই এজনো ভোটাৰ । পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও ভোটকেন্দ্ৰটোত উপস্থিত নহল এজনো ভোটাৰ ৷ ফলত  ভোটকেন্দ্ৰত বহি ভোটাৰৰ বাট চাই আছে ভোট কৰ্মী সকলে । দৰাচলতে শিলচৰ লোকসভা সমষ্টিৰ স্বাধীন বজাৰ জিপিৰ তিনি নম্বৰৰ ওয়াৰ্ডৰ ভোটাৰ সকলে ভোট বৰ্জন কৰিছে । ভোটকেন্দ্ৰ স্থানান্তৰ কৰাৰ প্ৰতিবাদত এইবাৰৰ নিৰ্বাচনত অঞ্চলটোৰ ৰাইজে ভোট বৰ্জন কৰিছে ।  পুৰণি ভোটকেন্দ্ৰ স্থানান্তৰ কৰি প্ৰায় পাঁচ কিলোমিটাৰ দূৰত স্বাধীন বজাৰ জিপিৰ তিনি নম্বৰ ৱাৰ্ডৰ প্ৰায় ৭০০ ভোটাৰৰ বাবে দিয়া হৈছে এখন নতুন ভোটকেন্দ্ৰ। আৰু ইয়াৰ প্ৰতিবাদত আজি ভোট বৰ্জন কৰিছে স্বাধীন বজাৰ জিপি ৰ তিনি নম্বৰ ওয়াৰ্ডৰ ভোটাৰ ৰাইজে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.