Socialঅসমখেল

‘লাভলীনাৰ আদৰণি অনুষ্ঠানৰ হৰ্ডিঙত নাথাকিব লাভলীনাৰ বাহিৰে অন্য ব্যক্তিৰ ফটো’-মুখ্যমন্ত্ৰী

ছচিয়েল মিডিয়াৰ বিতৰ্কৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে লাভলীনাৰ আদৰণি অনুষ্ঠানৰ হৰ্ডিঙত নাথাকিব লাভলীনাৰ বাহিৰে আন কাৰোৰে ফটো। এই ঘোষণা কৰিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

উল্লেখ্য যে, লাভলীনাক শুভেচ্ছা দিবলৈ তৈয়াৰ কৰা হৰ্ডিঙত মুখ্যমন্ত্ৰীৰ লগতে আন মন্ত্ৰীৰ ফটোও দিয়া হৈছিল। ইয়াৰ পিছতেই এই কথাকলৈ ছচিয়েল মিডিয়াত বহু বিতৰ্কৰ সৃষ্টি হৈছিল। ছচিয়েল মিডিয়াত হোৱা বিতৰ্কৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 14 =

Back to top button