leatest updatenational

কেৰালাত নিপা ভাইৰাছৰ ভয়াৱহ ৰূপ

ফল, বাদুলী, গাহৰিৰ দৰে অন্যান্য প্ৰাণীৰ পৰা বিয়পে এই ভাইৰাছ

কেৰালাত নিপা ভাইৰাছৰ ভয়াৱহ ৰূপ
৬গৰাকী ব্যক্তি আক্ৰান্ত হৈছে নিপা ভাইৰাছত
আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ১,০৮০জনক চিনাক্ত
১,০৮০জনৰ ভিতৰত ৩২৭জনেই স্বাস্থ্যকৰ্মী
নিপা ভাইৰাছৰ সংক্ৰমণৰ বাবে বন্ধ কৰা হৈছে শিক্ষানুষ্ঠান
২৪ ছেপ্টেম্বৰলৈকে কোঝিকোডৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা
ক’ভিডতকৈও অধিক ভয়াৱহ নিপা ভাইৰাছ
নিপা ভাইৰাছত আক্ৰান্তৰ মৃত্যুৰ হাৰ ৪০ৰ পৰা ৭০%
ফল, বাদুলী, গাহৰিৰ দৰে অন্যান্য প্ৰাণীৰ পৰা বিয়পে মানুহলৈ
নিপা ভাইৰাচক লৈ ICRMৰ সতৰ্কতাবাণী
সঘনাই হাত ধোৱাৰ লগতে মুখত মাস্ক পিন্ধিবলৈ আহ্বান
সংক্ৰিমত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলেই আক্ৰান্ত হয় লোক
সংক্ৰমিত লোকে আন ব্যক্তিৰ পৰা দূৰত্ব বৰ্তাই ৰখা প্ৰয়োজন
সংক্ৰমিত ব্যক্তিৰ লেলাৱতি, প্ৰস্ৰাৱৰ সংস্পৰ্শলৈ আহিলেও হ’ব আক্ৰান্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.