অসমদৈনিক বাতৰি

NHPCত পুনৰ ভয়ংকৰ অঘটন, পাৱাৰ হাউছৰ ৪ৰ্থ ইউনিটত বিস্ফোৰণ

NHPCত পুনৰ ভয়ংকৰ অঘটন, পাৱাৰ হাউছৰ ৪ৰ্থ ইউনিটত বিস্ফোৰণ

NHPCত পুনৰ ভয়ংকৰ অঘটন। পাৱাৰ হাউছৰ ৪ৰ্থ ইউনিটত বিস্ফোৰণ। চিলিণ্ডাৰ বিস্ফোৰণত পাৱাৰ হাউছৰ যথেষ্ট ক্ষতি।উত্তৰ অসমৰ বাবে ভয়ংকৰ খবৰ। খহিয়েই আছে প্ৰকল্পস্থলীৰ পাহাৰৰ অংশ।

ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে প্ৰকল্পৰ কাম। ২০২৪ৰ পৰা বিদ্যুৎ উৎপাদনৰ লক্ষ্য প্ৰকল্পৰ।উৎপাদন হ’ব ২ হাজাৰ মেগাৱাট বিদ্যুৎ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.