ভাৰত

ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

মঙলবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ কাথোৱা জিলা আৰু পঞ্জাৱৰ পাথানকোট জিলাৰ সীমান্তত অৱস্থিত ৰঞ্জিত সাগৰ হ্ৰদত ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। মঙলবাৰে ৰঞ্জিত সাগৰ হ্ৰদত ডুব যায় হেলিকপ্টাৰখন।

মঙলবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ কাথোৱা জিলা আৰু পঞ্জাৱৰ পাথানকোট জিলাৰ সীমান্তত অৱস্থিত ৰঞ্জিত সাগৰ হ্ৰদত ভয়ংকৰ দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ।

https://twitter.com/ANI/status/1422442081088262146

পুৱা ১০.২০ বজাত ভাৰতীয় সেনাৰ ALH DHRUV, 254 AA হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে পুলিচ আৰু এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই দুৰ্ঘটনাৰ পাছতে আৰক্ষীৰ অভিযানত জীৱন্তে উদ্ধাৰ কৰা হয় মুখ্য পাইলট আৰু সহকাৰী পাইলটক।

কাথোৱাৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি হ্ৰদৰ পৰা উদ্ধাৰ কৰা হয় হেলিকপ্টাৰখনৰ ওপঙি থকা বিভিন্ন অংশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 10 =

Back to top button