Educationঅসম

উত্তীৰ্ণৰ হাৰৰ ওপৰত ভিত্তি কৰি কোনকেইখন জিলাই পালে শীৰ্ষ দহটা স্থান?

৯৯.৪০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বিশ্বনাথ জিলা। ৯৮.৯১ শতাংশ উত্তীৰ্ণৰে দ্বিতীয় স্থানত বাক্সা। ৯৮.০৯ শতাংশ উত্তীৰ্ণৰে তৃতীয় স্থানত বাক্সা

আজি ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ মেট্ৰিকৰ ফলাফল। ক’ভিড পৰিস্থিতিৰ মাজতে শিক্ষা বিভাগে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

এইবাৰ গুণগত মানৰ ওপৰত ভিত্তি কৰি ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল। ফলাফলৰ শীৰ্ষত আছে বিশ্বনাথ জিলা।

৯৯.৪০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত বিশ্বনাথ জিলা। ৯৮.৯১ শতাংশ উত্তীৰ্ণৰে দ্বিতীয় স্থানত বাক্সা। ৯৮.০৯ শতাংশ উত্তীৰ্ণৰে তৃতীয় স্থানত বাক্সা। ৮৩.৪৯ শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন হোজাই জিলা। বৰপেটাত উত্তীৰ্ণৰ হাৰ ৯৫.১৩ শতাংশ। বঙাইগাঁৱত উত্তীৰ্ণৰ হাৰ ৮৬.৬৯ শতাংশ। চিৰাঙত উত্তীৰ্ণৰ হাৰ ৯৭.৬৬ শতাংশ। কাছাৰত উত্তীৰ্ণৰ হাৰ ৯২.৭৮ শতাংশ। ধুবুৰীত উত্তীৰ্ণৰ হাৰ ৯৬.২৮ শতাংশ। দৰঙত উত্তীৰ্ণৰ হাৰ ৯৬.৩৩ শতাংশ। ধেমাজিত উত্তীৰ্ণৰ হাৰ ৯৬.৮৯ শতাংশ। ডিব্ৰুগড়ত উত্তীৰ্ণৰ হাৰ ৯৮.০৯ শতাংশ। গোৱালপাৰাত উত্তীৰ্ণৰ হাৰ ৯৪.৮২ শতাংশ। গোলাঘাটত উত্তীৰ্ণৰ হাৰ ৮৬.৮৪ শতাংশ। হাইলাকান্দিত উত্তীৰ্ণৰ হাৰ ৯৭.৩৯ শতাংশ। যোৰহাট উত্তীৰ্ণৰ হাৰ ৯৬.৫৫ শতাংশ। কামৰূপত উত্তীৰ্ণৰ হাৰ ৮৮.২৬ শতাংশ। কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ ৯০.৪৭ শতাংশ। কৰিমগঞ্জত উত্তীৰ্ণৰ হাৰ ৯০.০১ শতাংশ। কোকৰাঝাৰত উত্তীৰ্ণৰ হাৰ ৯২.৪৪ শতাংশ। লখিমপুৰত উত্তীৰ্ণৰ হাৰ ৯৫.২৫ শতাংশ। মৰিগাঁৱত উত্তীৰ্ণৰ হাৰ ৮৪.৯৭ শতাংশ। নগাঁৱত উত্তীৰ্ণৰ হাৰ ৮৯.৩২ শতাংশ। নলবাৰীত উত্তীৰ্ণৰ হাৰ ৯৭.১৮ শতাংশ। ডিমা হাচাওত উত্তীৰ্ণৰ হাৰ ৮৫.৪৭ শতাংশ। শিৱসাগৰত উত্তীৰ্ণৰ হাৰ ৯৭.৭৭ শতাংশ। শোণিতপুৰত উত্তীৰ্ণৰ হাৰ ৯২.০৬ শতাংশ। তিনিচুকীয়াত উত্তীৰ্ণৰ হাৰ ৯১.৬৫ শতাংশ। ওদালগুৰিত উত্তীৰ্ণৰ হাৰ ৯৪.২৫ শতাংশ। কামৰূপ (ম)ত উত্তীৰ্ণৰ হাৰ ৯১.০৯ শতাংশ। চৰাইদেউত উত্তীৰ্ণৰ হাৰ ৯৪.২৮ শতাংশ। মাজুলীত উত্তীৰ্ণৰ হাৰ ৯৭.৬৬ শতাংশ। দক্ষিণ শালমাৰাত উত্তীৰ্ণৰ হাৰ ৮৯.৪২ শতাংশ। পশ্চিম কাৰ্বি আংলঙত উত্তীৰ্ণৰ হাৰ ৯২.৭৯ শতাংশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.