অসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিপৰিৱেশবতৰবলিউড

বানপীড়িতলৈ সহায়ৰ হাত অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীৰ, আগবঢ়ালে ৫ লাখ টকা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত ধন্যবাদ জ্ঞাপন কৰি এই কথা ঘোষণা কৰে।

অসমৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহি বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীয়ে অসম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ বৰঙণি আগবঢ়াই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত ধন্যবাদ জ্ঞাপন কৰি এই কথা ঘোষণা কৰে।

“বলীউড অভিনেতা শ্ৰী অৰ্জুন কাপুৰ আৰু পৰিচালক শ্ৰী ৰোহিত চেট্টীয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫ লাখ বৰঙণি লৈ অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিছে। তেওঁলোকৰ উদ্বেগ আৰু উদাৰতাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.