সমাগত ‘ফিফা বিশ্বকাপ ২০২২’: ঘোষণা হ’ল কাটাৰ বিশ্বকাপ ফুটবলৰ গ্ৰুপসমূহৰ নাম…
টুৰ্ণামেণ্টখনৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰৱত আৰু দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব এছিয়াত
‘ফিফা বিশ্বকাপ ২০২২’। চলিত বৰ্ষৰ ২১ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব ‘ফিফা বিশ্বকাপ ২০২২’। কাটাৰত অনুষ্ঠিত হ’বলগীয়া ‘ফিফা বিশ্বকাপ ২০২২’ত ৩২টা দলে অংশগ্ৰহণ কৰিব।
টুৰ্ণামেণ্টখনৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব আৰৱত আৰু দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব এছিয়াত।
The #FIFAWorldCup groups are set 🤩
We can't wait! 🏆#FinalDraw pic.twitter.com/uaDfdIvbaZ
— FIFA World Cup (@FIFAWorldCup) April 1, 2022
‘ফিফা বিশ্বকাপ ২০২২’ত অংশগ্ৰহণ কৰিবলগীয়া দলকেইটা হৈছে-
গ্ৰুপ A: কাটাৰ, ইকোৱেডৰ, চেনেগাল, নেদাৰলেণ্ডছ
গ্ৰুপ B: ইংলেণ্ড, ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেলছ/স্কটলেণ্ড/ইউক্ৰেইন
গ্ৰুপ C: আৰ্জেণ্টিনা, চৌদি আৰৱিয়া, মেক্সিকো, পোলেণ্ড
গ্ৰুপ D: ফ্ৰান্স, পেৰু/ অষ্ট্ৰেলিয়া/আৰৱ, ডেনমাৰ্ক, টিউনিছিয়া
গ্ৰুপ E: স্পেইন, ক’ষ্টা ৰিছা/ নিউজিলেণ্ড, জাৰ্মানী, জাপান
গ্ৰুপ F: বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰ’টিয়া
গ্ৰুপ G: ব্ৰাজিল, চাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুন
গ্ৰুপ H:পৰ্টুগাল, ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া


