অসমআঞ্চলিক

‘অ হিমন্ত আমাক লৈ ৰাজনীতি বন্ধ কৰক’, ৰাজপথত এইবাৰ গৰুৰ প্ৰতিবাদ!

গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ‘অ হিমন্ত আমাক লৈ ৰাজনীতি বন্ধ কৰক’ বুলি পিঠিত লিখি প্ৰতিবাদ গৰুৰ

‘অ হিমন্ত আমাক লৈ ৰাজনীতি বন্ধ কৰক’, ৰাজপথত এইবাৰ গৰুৰ প্ৰতিবাদ!

মানুহে কৰা প্ৰতিবাদ হয়টো বহুত শুনিছে আজি আমি আপোনাক জনাম চৰকাৰৰ বিৰুদ্ধে কৰা গৰুৰ প্ৰতিবাদৰ বিষয়ে৷ অসম তৃণমুল কংগ্ৰেছ ধেমাজি জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ৷

গো-সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ‘অ হিমন্ত আমাক লৈ ৰাজনীতি বন্ধ কৰক’ বুলি পিঠিত লিখি প্ৰতিবাদ গৰুৰ৷ ৰ’ব আচলতে এই প্ৰতিবাদ গৰুৱে অকলে কৰা নাই প্ৰতিবাদী কাৰ্যসূচীত আছে মানুহো৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি গৰুক লগত লৈ প্ৰতিবাদ কৰে ৩০০ৰো অধিক ৰাইজে৷

এই প্ৰতিবাদত অংশগ্ৰহণ কৰে তৃণমুল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা লগতে জিলা সভাপতি বাবুল সোনোৱাল, অসম তৃণমুল কংগ্ৰেছৰ সাধাৰন সম্পাদক চন্দ্ৰ মজুুমদাৰ কোষাধক্ষ্য ঘনকান্ত চুতীয়াৰ লগতে জিলা মহিলা তৃণমুল কংগ্ৰেছৰ সভানেএী নিকুমনি শইকীয়া আৰু জিলা তৃণমুল যুৱ কংগ্ৰেছৰ সভাপতি মাৰ্ধুষ্য শইকীয়াই প্ৰতিবাদ সাব্যস্ত কৰা পাছতেই জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখনি স্মাৰক পএ প্ৰেৰণ কৰে !

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.