politicalঅসমঅসম আৰক্ষীআঞ্চলিকগুৱাহাটীভাৰত

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপিল কলাইগাঁও।

হাগ্ৰামা মহিলাৰীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ ABSUৰ।

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিবাদত কঁপিল কলাইগাঁও। হাগ্ৰামা মহিলাৰীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ Absuৰ। হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ প্ৰতিবাদকাৰীৰ।হাতে হাতে প্লে-কাৰ্ড লৈ উত্তাল প্ৰতিবাদস্থলী।

উল্লেখ্য যে, ওদালগুৰি জিলাৰ কলাই গাঁও জনমঞ্চত এখন দলীয় সভাত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো কোন হয়, দ্বীপেনক চিনি নাপাও, আবছু মানে UPPL, আবছুইহে BTC চলাই আছে বুলি মন্তব্য কৰিছিল মহিলাৰীয়ে। মহিলাৰীৰ এনে মন্তব্যৰ পিছতে সৰৱ হৈ পৰে এবছু কৰ্মী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.