অসমগুৱাহাটীদৈনিক বাতৰিফেশ্বনভাৰতমনোৰঞ্জনসংস্কৃতি

Fashion Designingৰ জগতত ১০ বছৰ সম্পূৰ্ণ কৰিলে সংযুক্তা দত্তই।

গুৱাহাটীত অভিনেত্ৰী সংগীতা বিজলানী।

Fashion Designingৰ জগতত ১০তা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে প্ৰসিদ্ধ fashion designer সংযুক্তা দত্তই।

Sanjukta Dutta showcases Assam's fabrics at New York Fashion Show - NKTV

এই শুভক্ষনত সংযুক্তা দত্তক শুভেচ্ছা জ্ঞাপনৰ বাবে অসমলৈ আহিছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল সংগীতা বিছলেনী। অসমৰ হস্ততাত আৰু বস্ত্ৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আহিছে সংযুক্তা দত্তই।

Salman Khan's EX Sangeeta Bijlani Steals The Thunder At Antim Movie Screening While Posing In A Mini Skirt

 

দেশৰ সৰ্বোত্তম ফেশ্বন ৱিক নিউয়ৰ্ক আৰু পেৰিছ ফেশ্বন ৱিকত অংশ লবলৈ সুযোক পাইছিল এই গৰাকী ফেশ্বন ডিজাইনাৰে। উল্লেখযোগ্য যে অসমৰ হস্ততাত আৰু বয়ন শিল্পক উদগনি যোগাব বলিউডৰ অভিনেত্ৰী তথা মডেল সংগীতা বিছলেনীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + 8 =

Back to top button