leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতৰ মুৰুলী শ্ৰীশংকৰে।

পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ মাপকাঠী আছিল ৮.২৭ মিটাৰ।

২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে ভাৰতৰ তাৰকা পুৰুষ লংজাম্পাৰ মুৰুলী শ্ৰীশংকৰে। বেংককত চলি থকা এছিয়ান এথলেটিক্ছ চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰি শ্ৰীশংকৰে বিশ্ব ক্ৰীড়াৰ সৰ্ববৃহ প্ৰতিযোগীতাখনলৈ যোগ্যতা অৰ্জন কৰে।

শ্ৰীশংকৰে অন্তিম ৰাউণ্ডত ৮.৩৭ মিটাৰ জঁপিয়াই ৰূপৰ পদক লাভ কৰাই নহয়, পেৰিছ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰে। উল্লেখ্যে যে,  পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ মাপকাঠী আছিল ৮.২৭ মিটাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.