অপৰাধঅসম

আমিনগাঁৱত অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে মটৰচাইকেল, বাসগৃহ

আমিনগাঁৱৰ শ্ৰীনাথপট্টিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

আমিনগাঁৱৰ শ্ৰীনাথপট্টিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

মটৰচাইকেল আৰু বাসগৃহত অগ্নিসংযোগ কৰে কোনো অচিনাক্ত দুৰ্বৃত্তই। অগ্নিসংযোগপ ফলত সম্পুৰ্ণৰূপে ভস্মীভূত হয় AS-25K-1740 নম্বৰৰ এখন মটৰচাইকেল।

ব্যৱসায়ী দুলাল মজুমদাৰৰ গৃহত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

অগ্নিকাণ্ডত জাহ যায় বহু মূল্যবান সা-সামগ্ৰী। কথমপি প্ৰাণৰক্ষা পৰিল পৰিয়ালটোৰ পাঁচজন সদস্যৰ।
ঘটনা সন্দৰ্ভত আমিনগাঁও থানাত এজাহাৰ দাখিল কৰিছে দুলাল মজুমদাৰৰ পৰিয়ালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.