Assamassam policeCity newsCMO AssamCrimenationalpoliticalঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাছাৰৰ দিগৰখালত বাৰ্মিজ চুপাৰিবিৰোধী অভিযান, ২৪ ঘণ্টাত ১২খন বাৰ্মিজ চুপাৰিভৰ্তি বাহন……

কাছাৰৰ দিগৰখালত বাৰ্মিজ চুপাৰিবিৰোধী অভিযান

২৪ ঘণ্টাত ১২খন বাৰ্মিজ চুপাৰিভৰ্তি বাহন

অভিযানত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি

আৰক্ষীৰ জালত ৭ বাৰ্মিজ চুপাৰি সৰবৰাহকাৰী

কাছাৰ জিলাৰ পৰা বিলাসী বাহন সহ বিভিন্ন ব্যক্তিগত বাহন দি বহিৰাজ্যত সৰবৰাহৰ সময়ত আৰক্ষীৰ নিয়মীয়া তলাচি অভিযানত জব্দ হৈছে বাহন কেইখন। জব্দ হোৱা বাহন কেইখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় ১০০ বস্তা বাৰ্মিজ চুপাৰি ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৭ সৰবৰাহকাৰী যুবকক। ধৃত যুবক কেইজনৰ নাম মাছুক উদ্দিন, ৰাধিয়া হক, চুয়েল আহমেদ, মস্তোফা আহমেদ, দিলওয়াৰ আহমেদ, ছাম্ছ উদ্দিন আৰু চয়েদ আব্দুল চুবুৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.