AssamCMO AssamHimanta Biswa Sarmaleatest updateRegional

দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰঙিয়াৰ হাতীখলা পথাৰ।

হাজাৰ হাজাৰ ভক্তৰ সমাগমত উদুলি-মুদুলি অধিৱেশনস্থলী।

আজিৰে পৰা শংকৰ সংঘৰ ৯৩সংখ্যক অধিৱেশন। হৰিনামৰ অমিয়া সুৰেৰে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰঙিয়াৰ হাতীখলা পথাৰ। ৰঙিয়াৰ আকাশে-বতাহে হৰিনামৰ ধ্বনি।

অধিৱেশনস্থলীলৈ সমাগম হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগমত উদুলি-মুদুলি হৈ পৰিছে হাতীখলা পথাৰ। প্ৰায় ৭০০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে এই অধিৱেশনস্থলী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.