অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

মাধ্যম বিতৰ্কক লৈ ডিব্ৰুগড়ত আছুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

মাধ্যম বিতৰ্কক লৈ ৰাজ্যজুৰি অব্যাহত আছে আছুৰ প্ৰতিবাদ।

চৰকাৰী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত দুটা বিষয় মাতৃভাষাৰ পৰিবৰ্তে ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড়ত আছুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী।

সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো আজি জিলা ছাত্র সন্থাৰ নেতৃত্বত অৰ্ধশতাধিক আছু সদস্যই শ্বহীদ ন্যাসৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰি চৌকিডিঙ্গি চাৰিআলিত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ পৰা ইংৰাজী ভাষাৰ পাঠদানৰ সিদ্ধান্ত বাতিল নকৰিলে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান আছু নেতৃত্বৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.